ভূমি উন্নীতকৰণ কাৰ্য্যাৱলীঃ পৰিত্যক্ত ভূমি যেনে জলাহ ভূমি, পিতনি ইত্যাদিবোৰে হৈছে উত্পাদনক্ষম ভূমিৰ এক বৃহত্ বৃহত্ উপাদান যিসমূহ সাধাৰণতে ব্যৱহাৰ নকৰাকৈ ৰখা দেখা যায়। এনে ক্ষেত্ৰত ভূমি সৰংক্ষণ বিভাগে বিভিন্ন ভূমি উন্নয়নৰ ব্যৱস্থা গ্ৰহন কৰি জলাশয়সমূহ পৰিস্কাৰ কৰাৰ লগতে নৰ্দমা প্ৰণালী নিৰ্মান কৰি পৰিত্যক্ত ভূমিসমূহক উত্পাদন ক্ষম কৰি তুলে।