মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ

উত্তৰ-পূৰ্বাঞ্চল পৰিষদ (এন.ই.চি.)

  • উত্তৰ-পূৰ্বাঞ্চল পৰিষদ (এন.ই.চি.)

    ক) সকলো প্ৰকাৰৰ ভূমিস্খলন হ্ৰাস কৰা।

    খ) ভূমিৰ স্বাস্থ্য তথা উত্পাদনশীলতা হ্ৰাস নকৰাকৈ বহনক্ষম ভিত্তিত কৃষি উত্পাদন ক্ষমতা বৃদ্ধি কৰা।

    গ) কৃষি ভিত্তিক পূখুৰী, ক্ষুদ্ৰ বান্ধ, ভেটা দিয়া জান, ফিল্টাৰ টেংক আদিৰ দৰে জলসঞ্চয় আৰু জল সংৰক্ষন সংৰচনাৰ উন্নয়ন ঘটোৱা আৰু বৰষুণৰ পানীৰ কাৰ্য্যক্ষম ব্যৱহাৰ কৰা।

    ঘ) প্ৰাকৃতিক সম্পদৰ উন্নয়ন, সংৰক্ষণ আৰু সক্ৰিয়কৰণৰ জৰিয়তে জীৱ বৈচিত্ৰতাৰ ভাৰসাম্যতা পুনৰ স্থাপন কৰা।

    ঙ) নদীৰ তলৰ ভূ-ভাগত পলশ জমা হোৱা কাৰ্য্যক প্ৰতিৰোধ কৰি উপত্যকাৰ নিম্নস্তৰৰ অঞ্চল আৰু কৃষি ভূমিসমূহত বানৰ প্ৰভাৱ হ্ৰাস কৰা।

    চ) বানৰ সময়ত ধাননি পথাৰ সমূহত বালি পৰাৰ পৰা কিছু পৰিমাণে হলেও ৰক্ষা কৰা।