মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ

ভূমি উন্নয়নৰ উত্তম চৰ্চা

উত্তম চৰ্চা

ভূমি আৰু জল সম্পদৰাজিৰ সঠিক ব্যৱহাৰৰ জৰিয়তে এলেকাৰ উত্পাদন ক্ষমতা বৃদ্ধি কৰি আৰ্থিক ভাৱে দূৰ্বল শ্ৰেণীৰ লোকৰ বাবে জীৱিকাৰ উন্নীতকৰণ আৰু ইয়াৰ জৰিয়তে উত্পাদন ব্যৱস্থাৰ উন্নয়ন সাধন।

জলাশয় অথবা পিতনি ভুমিসমূহক উত্পাদনক্ষম কৰি আৰু কৃষিভিত্তিক পুখুৰী খান্দি জলসঞ্চয় ব্যৱস্থা আৰু সংলগ্ন কৃষিৰ বিকাশ ঘটাই মৎস পালন, উদ্যান কৃষি বা হাঁহ-কুকুৰা পালন চৰ্চাৰ ব্যৱস্থাপনাৰ লগতে জলসিঞ্চনৰ উন্নয়নেৰে পিচ পৰা শ্ৰেণীৰ লোকৰ বাবে জীৱিকাৰ উন্নয়ন সাধন।

Downloads
TitleSizeDetail
Marshy land Dakhin Paetboha, NAGAON-I (2009-10)209.19 KBswf-image