মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ

খহনীয়া নিয়ন্ত্ৰণ

খহনীয়া নিয়ন্ত্ৰণ

পাহাৰৰ হেলন স্থায়ীতা অথবা নদী পাৰৰ খহনীয়া নিয়ন্ত্ৰনৰ বাবে পাথৰ ভৰা খৰাহি জাতীয় সমলবিধ ভুমি স্খলন প্ৰতিৰোধী উপায় হিচাপে ব্যৱহাৰ কৰা হয়। এই পাথৰ ভৰা খাচাসমূহ তৈয়াৰ কৰা হয় যন্ত্ৰৰ সহায়ত যাৰ ফলত মূকলিকৈ ব্যৱহাৰ কৰা পাথৰৰ তুলনাত ইয়াৰ খহনীয়াৰোধ ক্ষমতা যথেষ্ঠ বেছি।