মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ

উত্তৰ-পূব পৰিষদৰ প্ৰকল্পসমূহ

ভূমি সংৰক্ষণ বিভাগে উত্তৰ- পূব পৰিষদৰ প্ৰকল্পৰ অধীনত ২০০৯-১০ চনৰ পৰাই বশিষ্ঠ বাহিনী জীৱবৈচিত্ৰ সংৰক্ষণ প্ৰকল্পও ৰূপায়ন কৰি আহিছে। এই প্ৰকল্পৰ মূঠ খৰচ ৪৯৬.৭৬ লাখ কোটি টকাৰ ইতিমধ্যে ৩৫২.০০ লাখ কোটি টকাই খৰচ কৰা হৈছে।

কায়িক উন্নয়নঃ ১০০শতাংশ

কামৰ প্ৰকাৰঃ

১) তৃণ-তৰুৰ সেউজ দেৱালঃ

তৃণ-তৰুৰ সেউজ দেৱালঃ ১৫০০আৰ.এম.

আলিবাট ৰোপণঃ ৩৩৫০ টা

প্ৰকৃতি সৰংক্ষণঃ ১৪২০ টা

সূৰক্ষিত বননিকৰণঃ ৫৮ হেক্টৰ

পাম বননিকৰণ- ২০ হেক্টৰ

২) যান্ত্ৰিক জোখ

জলসঞ্চয়- ২টা(৮০৮৬ কিউবিক মিটাৰ)

জলপথ সমূহৰ যতন ৩৪০ আৰ এম

মূকলি পাথৰৰ বান্ধঃ ২৪৬৮(কিউবিক মিটাৰ)

সূৰক্ষা দেৱালঃ ৮০০ আৰ. এম.

nec project