মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ

লক্ষ্য আৰু অভিযান

অভিযানঃ

ভূমি সংৰক্ষণ বিভাগৰ অভিযান হৈছে প্ৰকৃতিক সম্পদ প্ৰৱন্ধন কাৰ্য্যক্ৰমণিকা পৰিকল্পনা আৰু ৰূপায়নৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰা আৰু স্থানীয় ভিত্তিক সেৱা প্ৰদান ব্যৱস্থাৰে সূকীয়া ৰূপত প্ৰাকৃতিক সম্পদৰ সুৰক্ষা প্ৰদান কৰা।

লক্ষ্যঃ

জনসাধাৰণৰ লাভাৰ্থে প্ৰাকৃতিক সম্পদ প্ৰৱন্ধনৰ ক্ষেত্ৰত অসমৰ নেতৃত্ব আৰু সু-প্ৰশাসনৰ ব্যৱস্থাকৰণক একত্ৰিত কৰাই ইয়াৰ লক্ষ্য।