ব্যৱসায় লেন-দেন
ক) বাজেট নিৰূপণ
খ) বাৰ্ষিক বিত্তীয় খতিয়ান প্ৰস্তুত কৰা
গ) পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত কৰা
ঘ) ডি.পি.চি. অনুষ্ঠিত কৰা
ঙ) ভূমি সংৰক্ষণ বিভাগৰ অধীনত ৰাজ-বিষয়াসকলক পদষ্ঠ আৰু স্থানান্তৰ কৰা।
প্ৰদান কৰা সেৱাসমূহ
| ক্ৰমিক নং | সেৱা |
|---|---|
| ১. | প্ৰশাসনিক মঞ্জুৰী প্ৰেৰণ কৰা |
| ২. | বিত্তীয় অনুমোদন প্ৰেৰণ কৰা |
| ৩. | চিলং প্ৰেৰণ কৰা |
| ৪. | মঞ্জুৰীকৰণ পৰিহাৰ কৰা |
| ৫. | মূ্খ্য গাণনিক বিষয়ালৈ পেঞ্চনৰ নথি পঠোৱা |
| ৬. | তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য প্ৰেৰণ কৰা |
| ৭.. | তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত অতিৰক্ত সেৱাৰ আদেশ প্ৰেৰণ |
| ৮ | স্থাপন বিষয় ৰাজপত্ৰিত কৰ্মচাৰী |